১) পথৰুঘাটৰ ৰণ কত সংঘটিত হৈছিল ?
উত্তৰ : দৰং (১৮৯৪ চনৰ ২৮ জানুৱাৰী)

২) ভাৰতৰ নবেল বঁটা প্ৰথম কোনে লাভ কৰিছিল?
উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰ

৩) শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল ?
উত্তৰ : ১৬৭১ চনত

৪) মেৰী কমে অলিম্পিকত কিমান মেডেল লাভ কৰিছিল ?
উত্তৰ : এটা

৫) বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত ?
উত্তৰ : ফুটবল

৬)২০২২ চনৰ ফিফা বিশ্বকাপ ফুটবল কত হ’ব ?
উত্তৰ : কাটাৰ

৭) ৫৬ তম জ্ঞানপীঠ বঁটা অসমৰ কোনে লাভ কৰিছে ?
উত্তৰ : নীলমণি ফুকন

৮) কলীয়া ভোমোৰা দলং কোন দুখন ঠাইক সংযোগ কৰিছে ?
উত্তৰ : শোণিতপুৰ – নগাঁও

৯) অসমৰ লোকসভাৰ মুঠ আসনৰ সংখ‍্যা কিমান?
উত্তৰ : ১৪ খন

১০) ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন?
উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰ

১১) হালধীয়া চৰায়ে বাওধান খায় কাৰ ৰচনা ?
উত্তৰ : হোমেন বৰগোহাঞি

১২) ভাৰতীয় সেনাৰ ( INA) শ্লোগানটো কি ?
উত্তৰ : Unity (Etihaad), Faith (Etmad) and Sacrifice (Kurbani)

১৩) সতী সাধনী কোন বংশৰ আছিল ?
উত্তৰ : চুতীয়া

১৪) এক মিলিয়লত কিমান ?
উত্তৰ : ১০ লাখ

১৫) বিশ্ব স্বাস্হ্য সংস্হা(WHO)ৰ মূখ্য কাৰ্য্যালয় ক’ত আছে ?
উত্তৰ : জেনেভা

১৬) আনন্দমঠ ৰ লিখক কোন আছিল ?
উত্তৰ : বংকিমচন্দ্ৰ চট্টোপাধ‍্যায়

১৭) নামঘোষা কাৰ ৰচনা ?
উত্তৰ : মাধৱদেৱ

১৮) জয়মতী ছবি ৰ পৰিচালক জন কোন ?
উত্তৰ : ৰূপকোঁৱৰ জ‍্যোতিপ্ৰসাদ আগৰৱালা

১৯) সবৰমতী আশ্ৰম কত আছে?
উত্তৰ : গুজৰাটৰ আহমেদাবাদ

২০) Golden Silk বুলি কাক কোৱা হয় ?
উত্তৰ : মুগা

২১) উমানন্দ

মন্দিৰত কাৰ পূজা কৰা হয়?
উত্তৰ : শিৱ

২২) ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল___চনত।
উত্তৰ : 1885 চনত

২৩) অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল
উত্তৰ : ১৯৮৫ চনত

২৪) গাৰো,খাচী,জয়ন্তীয়া লোক সকল প্ৰধানকৈ কোনখন ৰাজ্যত পোৱা যায়?
উত্তৰ : মেঘালয়

২৫) অৰুণাচলৰ ৰাজধানী কি আছিল ?
উত্তৰ : ইটানগৰ

২৬) আহোমে মোগলত কোন চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিল ?
উত্তৰ : ১৬৭১ চনত

২৭) মায়ামৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰ : অনিৰুদ্ধদেৱৰ পঞ্চম পুত্ৰ হৰিময়দেৱে

২৮) Hand Sensitizer-ত তলৰ ‌কোনবিধ কি দ্ৰৱ ব্যৱহাৰ কৰা হয়?
উত্তৰ : এলক’হল

২৯) এখন থানাৰ OC জন কি Rank ৰ হ’ব পাৰে ?
উত্তৰ : Sub Inspector

৩০) হেমকোষ কি হয় ?
উত্তৰ : অভিধান

৩১) শেহতীয়াকৈ ক’ত অলিম্পিক খেলৰ আয়োজন কৰা হৈছিল?
উত্তৰ : জাপান

৩২) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন?
উত্তৰ : এছিয়া

৩৩) ভাৰতৰ উচ্চ ন্যায়ালয় ক’ত আছে?
উত্তৰ : নতুন দিল্লী

৩৪) কিমান চনত অসমৰ ডাঙৰ ভূমিকম্প হৈছিল?
উত্তৰ : ১৯৫০ চনত

৩৫) বাণীকান্ত কাকতিদেৱ আছিল এগৰাকী-
উত্তৰ : ভাষাতত্ব বিদ

৩৬) ইয়ান্দাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰ : ১৮২৬ চনত

৩৭) অসম কেশৰী কোন?
উত্তৰ : অম্বিকাগিৰী ৰায়চৌধুৰী

৩৮) ৰামায়ণ কোনে ৰচনা কৰিছিল ?
উত্তৰ : বাল্মিকী

৩৯) অসম বিধানসভাৰ মুঠ আসন কিমান ?
উত্তৰ : ১২৬ খন

৪০) আটাইতকৈ পাতল ধাতু কি ?
উত্তৰ : লিথিয়াম

Source: Assam GK Gyan

Leave a Comment or Write your Answer here