1. নৰেন্দ্ৰ মোডী ষ্টেডিয়াম খন ক’ত অৱস্থিত ?
উত্তৰ : গুজৰাট
2) জিম্বাবৱেৰ ৰাজধানী চহৰৰ নাম কি ?
উত্তৰ : হাৰাৰে
3) আফগানিস্তান আৰু পাকিস্তানৰ মাজত অৱস্থিত আন্ত:ৰাষ্ট্ৰীয় সীমাৰেখা ডালৰ নাম কি ?
উত্তৰ : ডুৰাণ্ড লাইন
4) আহোম সাম্ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি ?
উত্তৰ : পুৰন্দৰ সিংহ
5) সদ্যহতে অসম বৈভৱ বটা কোনজন ব্যক্তিক প্ৰদান কৰা হয় ?
উত্তৰ : ৰটন টাটা
6) ইউ এ ই ৰ মূদ্ৰাক কি বুলি কোৱা হয় ?
উত্তৰ : ডিৰহাম
7) অসমৰ আটাইতকৈ পুৰণি মেডিকেল কলেজ খনৰ নাম কি ?
উত্তৰ : অসম মেডিকেল কলেজ ডিব্ৰুগড়
8) অসমৰ দ্বিতীয় গৰাকী মূখ্যমন্ত্ৰী কোন আছিল ?
উত্তৰ : বিষ্ণু ৰাম মেধি
9) থাইলেণ্ডৰ ৰাজধানী চহৰ খনৰ নাম কি ?
উত্তৰ : বেংকক
10) শিক্ষাৰ অধিকাৰ সংবিধানৰ কোন অনুচ্ছেদৰ লগত জড়িত ?
উত্তৰ : 21 (A)
11) What is a group of tigers is called ?
উত্তৰ : Streak
12) ভাৰতবৰ্ষৰ প্ৰথম গৰাকী মহাকাশ চাৰী কোন আছিল ?
উত্তৰ : ৰাকেশ শৰ্মা
13) প্ৰথম গৰাকী অসমীয়া আই চি এছ গৰাকীৰ নাম কি ?
উত্তৰ : আনন্দৰাম বৰুৱা
14) ৪মে তাৰিখে কি দিৱস পালন কৰা হয় ?
উত্তৰ : ৰেডক্ৰছ দিৱস
15) অসম ৰাজ্যিক চিৰিয়াখানা ক’ত অৱস্থিত ?
উত্তৰ : গুৱাহাটী
16) ভিক্টোৰীয়া মেম’ৰিয়েল হ’ল ভাৰতৰ ক’ত অৱস্থিত ?
উত্তৰ : কলকাতা
17) নিতি আয়োগ ৰ অধ্যক্ষ কোন হয় ?
উত্তৰ : প্ৰধানমন্ত্ৰী
18) ভাৰতত প্ৰথম ৰঙীন টেলিভিছনৰ প্ৰচলন কেতিয়াৰ পৰা আৰম্ভ হয় ?
উত্তৰ : ১৯৮২ চন
19) পৃথিৱীৰ বৃহত্তম নদী খনৰ নাম কি ?
উত্তৰ : আমাজন
20) অ মোৰ আপোনাৰ দেশ গীতটি প্ৰথম কোনখন আলোচনীত প্ৰকাশ পাইছিল ?
উত্তৰ : বাঁহী
21) অসমৰ লৌহ মানৱ কোন ?
উত্তৰ : বিষ্ণু ৰাম মেধি
22) ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ?
উত্তৰ : আৰ্যভট্ট
23) হিমা দাস কোনবিধ খেলৰ লগত জড়িত ?
উত্তৰ : এথলেটিকছ্
24) কোনবিধ খেলত ন’বল ব্যৱহাৰ কৰা হয় ?
উত্তৰ : ক্ৰিকেট
25) কনকলতা বৰুৱাই কোনটো আন্দোলনৰ দ্বাৰা প্ৰাণ আহুতি দিছিল ?
উত্তৰ : ভাৰত ত্যাগ আন্দোলন
26) আমাৰ সংবিধানত উল্লেখ নথকা গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো কি ?
উত্তৰ : যুক্তৰাষ্ট্ৰ
27) নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমী কোনখন ৰাজ্যত অৱস্থিত ?
উত্তৰ : মেঘালয়
28) LAD ৰ সম্পূৰ্ণ ৰূপটো কি ?
উত্তৰ : Local Area Development
29) অসম ৰাজ্যিক সংগ্ৰহালয় ক’ত অৱস্থিত ?
উত্তৰ : দীঘলীপুখুৰী, গুৱাহাটী
30) কোনখন আলোচনীত প্ৰথম অসমীয়া চনেট কবিতা প্ৰকাশিত হৈছিল?
উত্তৰ : জোনাকী
31) নৰনাৰায়ণ সেতুৱে সংলগ্ন কৰা ঠাইদুখনৰ নাম কি কি?
উত্তৰ : যোগীঘোপা আৰু পঞ্চৰত্ন
32) 1942 চনৰ আন্দোলনৰ অসমৰ প্ৰথমগৰাকী স্বহীদ কোন?
উত্তৰ : কুশল কোৱৰ
33) ধপাত দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ : ৩১ মে
34) Sangai animal is found in which National park ?
উত্তৰ : Keibul Lamjao National Park
35) মাৰ্গাৰেট থেচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ?
উত্তৰ : United Kingdom
36) তৃণভোজী প্ৰাণীৰ বৈজ্ঞানিক নাম কি?
উত্তৰ :
37) বাণ থিয়েটাৰ ক’ত অৱস্থিত ?
উত্তৰ : তেজপুৰ
38) Chanakya was a court poet of which king?
উত্তৰ : চন্দ্ৰ গুপ্ত
39) Who invented the Pressure Rule?
উত্তৰ : ৰবাৰ্ট বয়ল
40) “হাড়গিলা প্ৰজেক্ট” কোনে কৰিছিল?
উত্তৰ : Purnima Devi Barman
41) অজগৰ বুৰঞ্জী কোনে লিখিছিল ?
উত্তৰ : চাও নগেন হাজৰিকা
42) ইবন বটুতা কোন ৰজাৰ দিনত ভাৰতলৈ আহিছিল?
উত্তৰ : মহম্মদ বিন টোগলক
43) What is the name of the Currency of Bangladesh?
উত্তৰ : Taka
44) চাণক্য কোনজন ৰজাৰ ৰাজসভাৰ কবি আছিল?
উত্তৰ : চন্দ্ৰগুপ্ত মৌৰ্য আৰু তেওঁৰ পুত্ৰ বিন্দুসাৰৰ
45) Who was awarded 1994 Magsaysay Award for Government service?
উত্তৰ : Kiran Bedi
46) Russia and Alaska is connected by which strait?
উত্তৰ : the Bering Strait
47) Doordarshan channel was set up in which year?
উত্তৰ : 15,September 1959
48) One who loves his country is called a ?
উত্তৰ : Patriot
49) Interschool tournament is played for which cup? Durand Cup/Subroto Cup/Duleep trophy/ Naidu Trophy
উত্তৰ : Subroto Cup
50) Abhiruchi sports day in Assam is observed for which of the following?
উত্তৰ : Bhogeswar Baruah
51) In which of the following vehicle fastag is not present?
উত্তৰ : Ambulance
52) Dal Bati choorma is the food of which state?
উত্তৰ : Rajasthan
53) মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক জনৰ নাম কি ?
উত্তৰ : সম্ৰাট বাবৰ
Source: worldpolity

Course Purchase Query