APSC ৰ প্ৰাৰম্ভিক পৰীক্ষালৈ মাজত মাথোঁ এটি মাহ। এই অন্তিম সময়খিনি বৰ গুৰুত্বপূৰ্ণ। একাগ্ৰতাৰে অধ্যয়ণ কৰাৰ লগতে নিয়মিতভাৱে MCQ ৰ অনুশীলন কৰক, কিয়নো পৰীক্ষাত MCQ ৰ লগতে খেলি জিকিব লাগিব। এই সময়ত কিছুমান অনৰ্থক চাপ-চিন্তা, উদ্বিগ্নতা আদিৰ উদ্ভৱ হোৱাটো স্বাভাৱিক,যাৰ পৰা নিজকে আঁতৰাই ৰাখি নিজৰ হাতত থকা সমলখিনিৰ কেনেকৈ সঠিক সময়ত প্ৰয়োগ কৰিব পাৰি তাৰে প্ৰস্তুতি কৰে যেন।
মনোজ দত্ত
সহকাৰী নিয়োগ বিষয়া
APSC CCE,2020 Batch
( Pragyanxetu Group B member)

Course Purchase Query