1. নামঘোষাত কিমানটা ঘোষা আছে ?
উত্তৰ : ১০০০ টা

2. অসমৰ প্ৰথম খন চিকিৎসা মহাবিদ্যালয় ক’ত অৱস্থিত ?
উত্তৰ : ডিব্ৰুগড়

3. স্বাধীন অসমৰ প্ৰথম ৰাজ‍্যপাল কোন আছিল ?
উত্তৰ : আকবৰ হাইদৰী

4. মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ?
উত্তৰ : চন্দ্ৰ গুপ্ত মৌৰ্য

5. “প্ৰহ্লাদ চৰিত” কাৰ ৰচনা ?
উত্তৰ : হেম সৰস্বতী

6. কামৰূপত ৰাজত্ব কৰা শেষ বংশটোৰ নাম কি আছিল ?
উত্তৰ : পাল বংশ

7. বিশ্ব ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয় ?
উত্তৰ : ৮ মে

8. অসমৰ মুঠ জিলাৰ সংখ্যা কিমান ?
উত্তৰ : ৩৫

9. স্কটলেণ্ড অফ দা ইষ্ট বুলি কাক কোৱা হয় ?
উত্তৰ : শ্ৱিলং

10. গুপ্ত বংশ কোনে প্ৰতিষ্ঠা কোনে কৰিছিল ?
উত্তৰ : চন্দ্ৰগুপ্ত

11. বৰদলৈ ট্ৰফি কিমান চনৰ পৰা আৰম্ভ হয় ?
উত্তৰ : ১৯৫২ চন

12. মহিলা আয়োগ কিমান চনত গঠন কৰা হয় ?
উত্তৰ : ১৯৯২ চন

13. কাঁহৰ বাচন-বৰ্তন ক’ত নিৰ্মাণ কৰা হয় ?
উত্তৰ : সৰ্থেবাৰী

14. অসম এছ’চিয়েচন কিমান চনত গঠন কৰা হয় ?
উত্তৰ : ১৯০৩ চন

15. মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল ?
উত্তৰ : ১৭৬৯ চন

16. পলাশী যুদ্ধ কিমান চনত হৈছিল ?
উত্তৰ : ১৭৫৭ চন

17. কোচ ৰাজ‍্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল ?
উত্তৰ : বিশ্ব সিংহ

18. যোৰহাট সাৰ্বজনীক সভাৰ প্ৰতিস্থাপক কোন আছিল ?
উত্তৰ : জগন্নাথ বৰুৱা

19. U-19 বিশ্ৱকাপ ক্ৰিকেটৰ ফাইনেলত ভাৰতে কোন দলক হৰুৱাই খিতাপ জয় কৰিছে?
উত্তৰ : ইংলেণ্ড

20. Grammatical Notes on Assamese Language কোনে লিখিছিল ?
উত্তৰ : নাথান ব্ৰাউন

21. বিত্তীয় নীতি কোন বেংকে চোৱা-চিতা কৰে ?
উত্তৰ : RBI

22. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক কি ?
উত্তৰ : বাঘ

23. সত্য মেৱ জয়তে বাক‍্যশাৰী ক’ৰপৰা লোৱা হৈছে ?
উত্তৰ : মুণ্ডক উপনিষদ

24. ভাৰতৰ লৌহ মানৱ কোন ?
উত্তৰ : চৰ্দাৰ বল্লভভাই পেটেল

25. উগ্ৰতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ : শিৱসিংহ

26. হস্তী বিদ‍্যাৰ্নৱ কাৰ ৰচনা ?
উত্তৰ : সুকুমাৰ বৰকাইথ

27. উচ্চ ন‍্যায়ালয়ৰ ন‍্যায়াধীশ সকলক কোনে নিযুক্তি দিয়ে?
উত্তৰ : ৰাষ্ট্ৰপতি

28. বাক স্বাধীনতা কোন অনুচ্ছেদৰ অন্তৰ্ভূক্ত?
উত্তৰ : ১৯ (ক)

29. কোনখন পাহাৰ উত্তৰ পূৱৰ নহয় ?
উত্তৰ : সাতপুৰা

30. ব্ৰহ্মপুত্ৰ নদীক চীন দেশত কি নামে জনা যায়?
উত্তৰ : Yarlung Zangbo Jiang

31. মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত মানৰ সেনাপতি কোন আছিল?
উত্তৰ : কিয়ামিংগি (আলা মিংগি বৰগোহাঁই)

32. আজি বুধবাৰ হলে 148 দিনৰ পিছত কি বাৰ হ’ব?
উত্তৰ : বৃহস্পতিবাৰ

33. প্ৰমথেশ বৰুৱাৰ ঘৰ ক’ত ?
উত্তৰ : গোৱালপাৰা জিলাৰ গৌৰীপুৰ

34. Assamese it’s Formation and Development গ্ৰন্থখন কোনে লিখিছিল ?
উত্তৰ : ড° বাণীকান্ত কাকতি

35. হত্যাৰ গোচৰৰ ধাৰা কিমান ?
উত্তৰ : ধাৰা 302

36. নাও খেলৰ লগত কি উৎসৱ সম্পৰ্কিত?
উত্তৰ : Onam

37. ব্ৰিটিছ সকলে কেতিয়া কছাৰী ৰাজ্য অধিকাৰ কৰিছিল ?
উত্তৰ : 1832

38. মিবুগালুপ কোন জনগোষ্ঠীয় সাজপাৰ?
উত্তৰ : মিচিং

39. লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল ?
উত্তৰ : ১৮৬০ চনৰ পৰা ১৮৯৪ চনলৈ

40. মেৰুদণ্ড প্ৰাণী নহয় ?
উত্তৰ : সাপ

41.দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ সৈতে অসমৰ পৰা প্ৰতিনিধি কোন আছিল?
উত্তৰ : লীলাধৰ বৰুৱা

42. ১৯৩০ চনৰ ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল?
উত্তৰ : চন্দ্ৰধৰ বৰুৱা

43. তলত উল্লেখ কৰা কোনটো কয়লাৰ ভাগ নহয়?
উত্তৰ :

44. তলত উল্লেখ কৰা কোনটো মেৰুদণ্ডী প্ৰাণী নহয়?
উত্তৰ :

45. তলত উল্লেখ কৰা সিন্ধু নদীৰ উপনৈ নহয়?
উত্তৰ :

46. হেপাটাইটিছ ৰোগে দেহৰ কোনটো অংশক প্ৰভাৱিত কৰে?
উত্তৰ : যকৃত

47. কোনটো নৃত্যশৈলীত ৰাধা আৰু কৃষ্ণৰ প্ৰেম কাহিনী বিৰাজমান?
উত্তৰ : মণিপুৰী

48. ৰেডক্লিফ লাইন কোন দুখন দেশৰ সীমাৰেখা?
উত্তৰ : ভাৰত আৰু পাকিস্তান

49. তলত উল্লেখ কৰা কোনখন সন্ত্ৰাস বিৰোধী আইন?
উত্তৰ :

50. জয় সাগৰ পুখুৰী কোনে খান্দিছিল?
উত্তৰ : ৰুদ্ৰ সিংহ

51. ভাৰতৰ কভিড ভেকচিন নিৰ্মাণ কাৰী সংস্থাটো কি?
উত্তৰ : ভাৰত বায়’টেক

52. লৰ্ড কৰ্ণৱালিছে ভুমি ৰাজহ সংগ্ৰহৰ বাবে কোনটো নীতি উদ্ভাৱন কৰিছিল?
উত্তৰ : Parmanent Settlement

53. গৌতম বুদ্ধৰ পৰিনিৰ্বাণ ক’ত হৈছিল?
উত্তৰ : গয়া

54. মিলন কোনটো সংগঠনৰ মুখপত্ৰ?
উত্তৰ : ছাত্র সন্মিলন

55. তলত উল্লেখ কৰা কোনটো শব্দ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ নাছিল?
উত্তৰ : সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ

56. ভাৰতৰ প্ৰথম পূৰ্ণ দৈৰ্ঘৰ সবাক চলচ্চিত্ৰ কোনখন?
উত্তৰ : আলম আৰা

57. চুকাফা অসমলৈ অহাৰ সময়ত মৰাণ ৰজা কোন আছিল?
উত্তৰ : থামিখুমা

58. কোনখন অধিবেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল?
উত্তৰ : ১৯২৯ চনত, লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত

59. ভোট দানৰ অধিকাৰ কোনটো অনুসূচীত উল্লেখ আছে?
উত্তৰ : Article 326

60. দেশৰ বিত্ত বিভাগৰ কাম কাজ সমূহ কোনটো বেংকে চোৱা ছিটা কৰে?
উত্তৰ : Reserve Bank

61. ইয়াৰলুং চাংপু কোনখন নদীক জনা যায়?
উত্তৰ : ব্ৰহ্মপুত্ৰ

62. Randhabar National Park কত অৱস্থিত?
উত্তৰ : Rajasthan

63. 1881-82 উত্তৰ কাছাৰৰ বিদ্ৰোহ ৰ মূল সেনা কোন আছিল?
উত্তৰ :

64. ক’ভিড-১৯ ৰোগৰ মূল কাৰক ?
উত্তৰ : ভাইৰাছ

Source: Assam gk gyan

Leave a Comment or Write your Answer here