Note on Sati Sadhani 2023

সতী সাধনী মৃত্যু দিৱস উপলক্ষে সতী সাধনীৰ বিষয়ে ************************ দেশ - জাতিৰ বাবে চৰম বলিদান দিয়া যিকেইগৰাকী অসমীয়া বীৰাংগনাৰ নাম বুৰঞ্জীৰ বুকুত সোণোৱালী আখৰেৰে লিখা আছে তেওঁলোকৰ ভিতৰত সতী সাধনী অন্যতম। অষ্টম চুতীয়া ৰজা ধৰ্মধ্বজ পাল বা ধীৰনাৰায়ণ সাধনীৰ পিতৃ। চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল সতী সাধনী। পিতৃয়ে সন্তান লাভৰ বাবে ঈশ্বৰক সাধনা কৰিছিল বাবে … Continue reading Note on Sati Sadhani 2023